অসমত থকা বাংলাদেশীমূলৰ মানুহ সন্দৰ্ভত মত প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, অসমত ৪০ শতাংশ বাংলাদেশীমূলৰ লোক আছে,আৰু ১০ শতাংশ হ'লে হৈয়ে গ'ল। ৫ বছৰ এইসমূহ কথায়ে কৈ আছো বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি জনজাতিকৰণ সন্দৰ্ভত শৰ্মাই কয় যে, নিৰ্বাচনৰ আগত কোনোৱে বিচৰা নাই। অহা মাহত নিৰ্বাচনৰ তাৰিখ আহিব পাৰে। গতিকে তাৰ আগত কোনোৱে বিচৰা নাই।