অসমীয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ এটা বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি কয় যে, বহু সমস্যা হ'ব। এটা জনগাঁথনিৰ পৰিৱৰ্তন, আৰু এই ব্যক্তিসকলৰ বহুতে উদণ্ড। তেওঁলোকৰ অভদ্ৰামিৰ কোনো সীমা নাই। তেওঁলোকে প্ৰথমে মহিলাৰ ধৰ্ষণ কৰে আৰু পাছত কাটি উটুৱাই দিয়ে। আজিলৈকে তেওঁলোকৰ এই ক্ষেত্ৰত অসমত ইতিহাস আছে। গতিকে অসমীয়াসকল একত্ৰিত হ'বই লাগিব।