মুখ্যমন্ত্ৰীয়ে কয় যে, জুবিনৰ প্ৰকৃত অনুৰাগী আৰু বৰ্তমান হঠাতে অনুৰাগী হৈ পৰা একাংশৰ মাজত পাৰ্থক্য আছে। জীবিত কালত যিসকলে জুবিন গাৰ্গক সমালোচনা কৰিছিলে সেইসকল এতিয়া জুবিন অনুৰাগী হৈ পৰিছে। ইয়াৰ লগতে জুবিন অনুৰাগীক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।