জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আমি জামিন ল'ব দিয়া নাই। জুবিনৰ ন্যায় প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপিত হোৱাৰ সময়তে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।