গৌৰৱ গগৈক পুনৰ টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কথিত পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে, গৌৰৱ গগৈ ১০০ শতাংশ পাকিস্তানৰ এজেণ্ট।