পুনৰ মহানগৰীৰ ৰূপনগৰত ভূমিস্খলনৰ ঘটনা। গা ধুই থকাৰ সময়ত মহিলাৰ গাত প্ৰকাণ্ড শিল খহি পৰে। কিন্তু বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই ৰীণা ডেকা দাস নামৰ মহিলাগৰাকীক। বৰ্তমান ঘটনাস্থলীত SDRF-এ চলাই আছে অভিযান। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।