জীৱনশৈলী, খাদ্য আদি বিভিন্ন কাৰণত ফেটি লিভাৰ হয়। কিন্তু কিছুমান খাদ্যই ফেটি লিভাৰৰ আশংকা হ্ৰাস কৰে। এই ক্ষেত্ৰত আপুনি ব্ৰকল, কলমৌ, তিতা কেৰেলা আদি খাব পাৰে। আজিকালি বহুতে ফেটি লিভাৰৰ সমস্যাত ভোগা দেখা যায়। যাৰ বাবে মানুহৰ জীৱনশৈলী, খাদ্য আদি সলনি কৰা প্ৰয়োজন। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।