তেজপুৰৰ নেপালীপট্টিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে মধ্য তেজপুৰ যুৱ সংঘ সমিতিৰ দুৰ্গাপূজা পণ্ডপ। সম্পূৰ্ণৰূপে স্থানীয় উৎপাদিত বাঁহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে মণ্ডপটি।