<!--StartFragment --> <p class="pf0"><span class="cf0">কঁকালৰ তলৰ অংশৰ পৰা ভৰিলৈকে স্নায়ু টনা আৰু বিষ হোৱা অৱস্থাত ছাইটিকা বোলে। ছাইটিক নাৰ্ভ প্ৰভাৱিত হোৱাৰ বাবে এই বিষ হয়। </span></p> <!--EndFragment -->