১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। জুবিন গাৰ্গৰ মৃত্যুৰ গোৰচত মূল অভিযুক্ত এই দুয়োগৰাকীকে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। "আমাক নিজৰ মতে কাম কৰিব দিয়ক। আইনৰ মতে কাম কৰিব দিয়ক"। জুবিন গাৰ্গৰ তদন্ত সন্দৰ্ভত কি ক'লে ডিজিপি হৰমীত সিঙে?