দিল্লীৰ বিস্ফোৰণৰ অভিযুক্ত, আমিৰ ৰছিদ আলীক সোমবাৰে আদালতে ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বিগত সপ্তাহত লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত জড়িত হুণ্ডাই i20 বাহনখনৰ মালিক আছিল আমিৰ ৰছিদ আলী। য’ত ১৩ জন লোকৰ মৃত্যু হৈছিল।