আজি বিজয়া দশমী। ইয়াকে লৈ পুৱাৰ পৰা বকলীয়াঘাটৰ দুৰ্গা মন্দিৰত উখল মাখল পৰিবেশ। বকলীয়াঘাটত প্ৰতি বছৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হয় পৰম্পৰাগত সেন্দূৰ খেল। পুৱাৰে পৰা হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি মা দুৰ্গাক পূজা অৰ্চনা কৰে। আজি বিভিন্ন প্ৰান্তত দেৱী বিসৰ্জন অনুষ্ঠিত কৰা হয়।