SRৰ যোগেদি ভোটাৰ তালিকা প্ৰস্তুতত ব্যাপক বিসংগতিৰ অভিযোগ। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছ। একোটা পৰিয়ালত অতিৰিক্তভাৱে অন্তৰ্ভুক্ত হৈছে অচিনাক্ত ভোটাৰ। যাক লৈ আজি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৱে ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰিৰ চেষ্টা কৰাৰ সন্দেহ। বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ।