সংবাদ মাধ্যমৰ সমুখত মিঞা সম্প্ৰদায় সন্দৰ্ভত তীৰ্যক মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, “অসমীয়া মানুহহে জুবিনৰ প্ৰকৃত অনুৰাগী। কোনোবা মিঞাই তেওঁলোকৰ জলছাত জুবিনৰ ফটো ৰখা দেখিছেনেকি? তেওঁলোকৰ ধৰ্মীয় স্থানত জুবিন গাৰ্গৰ ফটো ৰখা দেখিছেনে? জুবিনৰ ফটো মন্দিৰত ৰখা হৈছে। কিন্তু মিঞাৰ মছজিদত জুবিনৰ ফটো দেখিছেনে?”