মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, "যিসকলে জুবিন গাৰ্গৰ গান এটা গাব নাজানে। তেওঁৰ এখনো ফাংচন চাই পোৱা নাই। তেনেবোৰ লোকক কংগ্ৰেছ আৰু অখিলে জুবিনৰ সমাধিক্ষেত্ৰলৈ লৈ আহে। চাউল নালাগে, মিঠাতেল নালাগে বুলি মিঞাসকলে চিঞৰিবলৈ ধৰে। ইলেকচন শেষ হোৱাৰ পিছতে জুবিনৰ ভুৱা অনুৰাগীবোৰ নাইকিয়া হ’ব।”