একে সময়তে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “তেওঁলোকে (SITৰ সদস্যসকলে) ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বহু ভাল তথ্য আমাৰ হাতত পৰিছে। মই ভাবো ১০ ডিচেম্বৰৰ ভিতৰত SITৰ চাৰ্জশ্বীট দাখিল হ'ব। তাৰ পিছত ৰাইজে জুবিনৰ লগত হৈ থকা বহু কষ্ট আৰু দুখৰ কথা জানিবলৈ পাব।”