আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন। জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সুধাকণ্ঠক শ্ৰদ্ধা নিবেদিলে মুখ্যমন্ত্ৰীয়ে।