আজি ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকলৈয়ো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।