লুৰিণজ্যোতি গগৈক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, তেওঁলোকে সকলো ললিপপ বুলি কয়। ১০ হাজাৰ টকা দিওতে, অৰুণোদয় আঁচনি ঘোষণা কৰাত, নিযুত মইনা ঘোষণা কৰাৰ সময়তো ললিপপ বুলি কৈছিল। এতিয়া বাগানৰ মাটিৰ কাগজ আহি যাব। উল্লেখ্য যে, অসম বিধানসভাত জনজাতিকৰণ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা হৈছে। এয়া চৰকাৰৰ ললিপপ আখ্যা দিছে লুৰিণজ্যোতি গগৈয়ে।