মিঞা সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শৰ্মাই কয় যে, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিঞাক শান্তিত থাকিব নিদিও। এয়া পাক্কা কথা। মিঞা শান্তিত থাকিব নোৱাৰে। সন্দেহযুক্ত মিঞাক কষ্ট দিয়াই মোৰ কাম। গোৱালপাৰাত উচ্ছেদ হৈ গ'ল, এতিয়া নগাঁৱত চলিব। যিমানেই কথা কব, সিমানেই অশান্তি হ'ব। তেওঁলোকে ৰকিবুল হুচেইনৰ মিটিঙত গ'লেও শান্তি নাপাই, জুবিন ক্ষেত্ৰত গলেও শান্তি নাপায়।