পুনৰ জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে ক'লে, "সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে। জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব।"