ৰাজ্যজুৰি SR প্ৰক্ৰিয়াৰ লৈ অব্যাহত আছে বিতৰ্ক। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "SR ত অভিযোগ দিয়াটো জাতীয় দায়িত্ব আছিল। কেৱল বিজেপিৰ নহয়, বাকী দল-সংগঠনৰো দায়িত্ব আছিল। কিন্তু অভিযোগ দাখিল নহ'ল। বিজেপি কৰ্মকৰ্তাসকলে অভিযোগ দাখিল কৰিছে"।