আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। এই দিনটোতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়চোৱাত তেওঁ বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। মুছলমানসকলৰ ওপৰতো মন্তব্য কৰে। তেওঁ কয় যে, খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলিমসকলৰ অসমত সমান অধিকাৰ আছে। কিন্তু হিন্দু প্ৰধান অঞ্চলত গো মাংস ভক্ষণ বন্ধ হব লাগে, হিন্দু যুৱতীক ভুৱা নামেৰে লাভ জিহাদৰ বলি কৰিব নালাগে। মুছলমানসকলে বুজিব লাগিব হিন্দুসকলে কত দুখ পাইছে