গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, "মুখ্যমন্ত্ৰীয়ে যি কয় কৰি আহিছে। আজিলৈ পৰীক্ষাত ফেইল হোৱা নাই। আগলৈও ফেইল নহও বুলি বিশ্বাস আছে।"