মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলাত বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ ঘোষণা কৰিছে। য’ত অবৈধ বেদখলকাৰীক সাৰি যাবলৈ নিদিয়াৰ হুংকাৰ দিয়ে।