আজমলৰ দাবী এই পৰাজিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেইবাবে গৌৰৱ গগৈৰে গোপন বুজাবুজি ৰাখিছে মুখ্যমন্ত্ৰীয়ে। লগতে হিমন্ত বিশ্ব শৰ্মাক পল্টু মুখ্যমন্ত্ৰী নাম দিয়ে আজমলে।