ভাৰতৰ ৭০ শতাংশ মহিলাই অটোইম্যুন ৰোগত ভোগা দেখা যায়। কিন্তু ইয়াৰ বিষয়ে বহুতে নাজানে। যেতিয়া ইয়াৰ লক্ষণে দেখা দিয়ে। মানুহে ইয়াক সাধাৰণ বুলি আওকান কৰে। এই ক্ষেত্ৰত সাৱধান হোৱা ভাল। ১০০ৰো অধিক বিভিন্ন অটোইম্যুন ৰোগ আছে। ই শৰীৰৰ যিকোনো অংগক প্ৰভাৱিত কৰিব পাৰে।