"অসমে সদায় আমাক বহু মৰম দিছে আৰু মৰমৰ এই বান্ধোন অনাগত দিনত অধিক সুদৃঢ় হ’ব বুলি মই নিশ্চিত। গুৱাহাটী ৰিং ৰোডে অসম আৰু ইয়াৰ ৰাইজক যথেষ্ট উপকৃত কৰিব; কাৰণ ৰাজ্যখনৰ ভৱিষ্যতৰ উন্নয়নৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে আমি সদায় সাজু হৈ আছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী