মুখ্য়মন্ত্ৰীয়ে কয়, ভূমিপুত্রসকলৰ সর্বতোপ্রকাৰৰ সুৰক্ষা আমাৰ চৰকাৰৰ প্রাথমিক দায়িত্ব আৰু আমি দায়িত্ব পালন কৰাত কোনো ধৰণৰ হীন-ডেঢ়ি নকৰোঁ। জনজাতি লোকসকলে বনভূমি অধিকাৰ লাভ কৰিব। তেওঁলোকৰ ওপৰত চলোৱা নহয় উচ্ছেদ।