গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে সু-খবৰ। অহা ২৪ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি এই ঘোষণা কৰে। লগতে কয় যে, চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি গ্ৰন্থমেলাৰ পূৰ্বে যুৱলেখকসকলৰ বাবে চৰকাৰে পূঁজি মুকলি কৰিব।