বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বিমল বৰাক কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে। তেওঁ কয় যে, বিমল বড়া একেবাৰে কেঁচা বুদ্ধিৰ মানুহ।