জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য্যক স্মাৰকপত্ৰ প্ৰদান অখিল গগৈৰ। অসম চৰকাৰে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া পলম কৰাৰ অভিযোগ। চাৰিটা দাবীৰ স্মাৰকপত্ৰ প্ৰদান কৰে ৰাজ্যপালক। শ্যামকানু মহন্তৰ লগতে আন গোটেই কেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত অৱস্থান ধৰ্মঘট কৰিব অখিল গগৈয়ে।