জুবিন গাৰ্গক হেৰুওৱাৰ দুখত শোকবিহ্বল আছুৰ সভাপতি উৎপল শৰ্মা। হিয়া ঢাকুৰি কান্দিলে শিল্পীগৰাকীয়ে। কালিলৈ হ'ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। সোণাপুৰৰ কমাৰকুছিতেই কৰা হ'ব শেষকৃত্য। ইতিমধ্যে চৰকাৰে পৰিয়ালৰ ইচ্ছা মৰ্মে প্ৰকাশ কৰিছে এই কথা।