<p class="short_desc">তিনিদিন ধৰি নলাৰ বোকা আৱদ্ধ এটি কণমানি হাতী পোৱালী। কোনেও লক্ষ্য কৰা নাছিল হাতী পোৱালীটো। অৱশেষত প্ৰায় তিনিদিনৰ অন্তত নলাত আৱদ্ধ হাতী পোৱালীটো প্ৰত্যক্ষ কৰে চাহপাত চিঙিবলৈ অহা শ্ৰমিকে।</p>