সোমবাৰে দেশজুৰি পালন কৰা হয় ৭৭ সংখ্যৰ গণৰাজ্য দিৱস। এই বিশেষ দিনটোত ভাৰতীয় বায়ুসেনাৰ নিজৰ ক্ষমতা প্ৰদৰ্শন কৰে। দিল্লীত কৰ্তব্য পথত আয়োজিত হয় গণৰাজ্য দিৱসৰ পেৰেড।