শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ছলমান খানৰ ফাৰ্ম হাউচত ৩ নিশা কটালে শ্বেহনাজে! ক'লে...

ছলমান খানৰ ফাৰ্ম হাউচত ৩ নিশা কটালে শ্বেহনাজে! ক’লে…

barasha-sarma
Barasha Sarma | Published: 12 Nov 2025 21:52 PM

Salman khan: বলীউডৰ ভাইজান খ্যাত ছলমান খানৰ ফাৰ্ম হাউচ সন্দৰ্ভত বিভিন্ন সময়ত বহু চৰ্চা হয়। এই ফাৰ্ম হাউচলৈ বহু অভিনেতা-অভিনেত্ৰী যায়। বিগ বছৰ পৰা জনপ্ৰিয়তা লাভ কৰা শ্বেহনাজ গিলো এই ফাৰ্ম হাউচলৈ গৈছিল।

বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খান। অভিনেতাগৰাকী সন্দৰ্ভত বিভিন্ন সময়ত বহু কথা চৰ্চা হয়। ইমানেই নহয়, ছলমান খানৰ ফাৰ্মহাউচ সন্দৰ্ভতো চৰ্চা চলে। বহু অনুৰাগী জানিবলৈ বিচাৰে যে ছলমান খানৰ ফাৰ্ম হাউচৰ ভিতৰত কি আছে আৰু তাত কি হয়। কিয়নো এই ফাৰ্ম হাউচলৈ বিভিন্ন সময়ত বহু অভিনেতা-অভিনেত্ৰীত নিমন্ত্ৰণ জনোৱা হয়।

শেহতীয়াকৈ ছলমান খানৰ ফাৰ্ম হাউচ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে শ্বেহনাজ গিলে। বিগ বছৰ পৰা জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰীগৰাকীক ছলমান খানৰ এখন ছবিত দেখা গৈছিল। সেই ছবিখনৰ কাম চলি থকাৰ মাজতে শ্বেহনাজ ভাইজানৰ ফাৰ্ম হাউচলৈ গৈছিল। তেওঁ জনাই যে, ছলমান খানৰ ফাৰ্ম হাউচত তেওঁ ৩টা নিশা কটাইছিল। সেই অভিজ্ঞতা অতি ভাল আছিল বুলি কয় শ্বেহনাজে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…