শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভগ্নীৰ নগ্ন ছবি বিক্ৰী কৰি লাখপতি হোৱা এজন ভাতৃ!  অভিনেত্ৰীৰ ভয়ংকৰ অভিযোগ

ভগ্নীৰ নগ্ন ছবি বিক্ৰী কৰি লাখপতি হোৱা এজন ভাতৃ! অভিনেত্ৰীৰ ভয়ংকৰ অভিযোগ

Barasha Sarma
Barasha Sarma | Published: 12 Feb 2025 20:24 PM

নীলা ছবিৰ জগতত কাম কৰা সহজ কথা নহয়! কিন্তু যেতিয়া ইয়াৰ সুযোগ লৈ ভাতৃয়ে টকা ঘটে বুলি কওঁ সেয়া আপুনি বিশ্বাস কৰিবনে? এই কথা সঁচা। এগৰাকী অভিনেত্ৰীৰ বিস্ফোৰক স্বীকাৰোক্তি।

নীলা ছবিৰ জগতত প্ৰৱেশ কৰা সহজ কথা নহয়! কিন্তু যেতিয়া এই কামৰ বাবে এগৰাকী ভাতৃয়ে টকা ঘটে বুলি কওঁ আপুনি বিশ্বাস কৰিবনে?  কিন্তু এয়াই সঁচা। এগৰাকী অভিনেত্ৰীয়ে স্বীকাৰ কৰিছে যে কেনেকৈ ভাতৃয়ে তেওঁৰ নগ্ন ছবি বিক্ৰী কৰি টকা ঘটিছিল। অভিনেত্ৰীগৰাকীয়ে লগতে কৈছে যে তেওঁ জীৱনত লোৱা প্ৰতিটো সিদ্ধান্ত বিষয়ে ভাতৃয়ে জানিছিলি। কেনেকৈ অশ্লীল ফটো শ্বুটৰ আৰম্ভণি কৰিছিল, কেনেকৈ নীলা ছবিৰ জগতত সোমাই পৰিছিল, এই সকলোবোৰৰ বিষয়ে ভাতৃ জ্ঞাত আছিল। অভিনেত্ৰীগৰাকীয়ে কয় যে, প্ৰথম অৱস্থাত তেওঁ এগৰাকী ভাল অভিনেত্ৰী হ’ব বিচাৰিছিল যদিও নীলা ছবিৰ জগতত সোমাই পৰিছিল।